উত্তৰঃ অসমৰ লোক সংস্কৃতিক নৃতাত্ত্বিক পণ্ডিতসকলে প্ৰধানকৈ দুটা ভাগত ভগাইছে। সেয়া হ’ল- মৌখিক লোক সংস্কৃতি আৰু ব্য়ৱহাৰিক তথা আচাৰ-অনুষ্ঠান সম্পৰ্কীয় লোক সংস্কৃতি ।
Question and Answer Solution