অসমীয়া ব্য়াকৰণ
অধ্যায়- ১৫
ক) বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া শব্দবোৰ ভাঙি কি প্রত্যয় যোগ হৈছে নিৰ্ণয় কৰক—–
নাচনী, ফন্দি, আগতীয়া, গভাইত, নিলাজী, গঞা, ফুলনি, বুধি, দিয়া, দেখনিয়াৰ ৷
উত্তৰঃ
প্রশ্ন ২ : তলত দিয়া পদবোৰ ভাঙি কি সমাস হৈছে নিৰ্ণয় কৰক –
আমি, পিতলচকুৱা, নাওপেটা, বৃকোদৰ, মহাপুৰুষ, আজীৱন, সাতবিহু, বিদ্যাধন, মুখামুখি।
উত্তৰঃ
খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : প্রত্যয় কাক বোলে ? কৃৎ আৰু তদ্ধিত প্রত্যয়ৰ সূত্ৰ লিখি উদাহৰণ দিয়ক ।
উত্তৰঃ
প্রশ্ন ২ : বিভক্তি কাক বোলে ? অসমীয়া কাৰক বিভক্তিৰ এখন তালিকা প্রস্তুত কৰক ।
উত্তৰঃ
প্রশ্ন ৩ঃ ক্রিয়া বিভক্তি কাক বোলে ? কাল আৰু পুৰুষ অনুযায়ী অসমীয়া ক্ৰিয়া বিভক্তিবোৰ তালিকাভুক্ত কৰক ।
উত্তৰঃ
গ) ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ঃ প্রত্যয় কাক বোলে ? বিভক্তি আৰু প্ৰত্যয়ৰ মাজত পাৰ্থক্য আছেনে ? বুজাই লিখক।
উত্তৰঃ
প্রশ্ন ২ : উপসর্গ কাক বোলে ? অসমীয়া ভাষাত পোৱা উপসর্গসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰক ।
উত্তৰঃ
প্রশ্ন ৩ : সমাস কাক বোলে ? ইহঁত কেইবিধ আৰু কি কি ? প্ৰতিবিধৰে উদাহৰণসহ ব্যাখ্যা কৰক।
উত্তৰঃ
প্রশ্ন ৪ : লিঙ্গ বুলিলে কি বুজে ? অসমীয়া ভাষাৰ লিঙ্গ কেইটা আৰু কি কি?
উত্তৰঃ
প্রশ্ন ৫ : অসমীয়া ভাষাত লিঙ্গ নির্ণয়ৰ বাবে কি কি পদ্ধতি আছে আলোচনা কৰক ।
উত্তৰঃ
Type By- Janmoni Hazarika