লক্ষ্মীনাথ বেজবৰুৱা ঃ কন্য়া
অধ্য়ায়- ৯
(ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত লিখক)
প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক –
(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰকৃত অৰ্থত বিদ্যাৰম্ভ ক’ত হয় ?
উত্তৰঃ
(খ) ‘পাচনি’ বেজবৰুৱাৰ এখন গল্পপুথিৰ নাম হয়নে?
উত্তৰঃ
(গ) লক্ষ্মীনাথ বেজবৰুৱাই সৰ্বমুঠ কিমানটা গল্প ৰচনা কৰিছিল?
উত্তৰঃ
প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক –
(ক) বেজবৰুৱাৰ কিছুমান গল্পত সাধুকথা আৰু গল্পৰ মাজত থাকিবলগীয়া পাৰ্থক্যৰ সীমাৰেখাডাল তেনেই ক্ষীণ।
উত্তৰঃ
(খ) কোল যুৱতীগৰাকীৰ নাম কন্যা আছিল।
উত্তৰঃ
(গ) লেখকৰ বন্ধুগৰাকীয়ে নৈখনৰ পাৰত হীৰা-মুকুতা বিচাৰি পাইছিল ।
উত্তৰঃ
(খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত লিখক)
প্রশ্ন ১ : অসমীয়া গল্প সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান কি? আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন ২ : লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৃতিৰ বিষয়ে এটা আলোচনা যুগুত কৰক।
উত্তৰঃ
প্রশ্ন ৩ : বেজবৰুৱাৰ গল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক ৷
উত্তৰঃ
(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত লিখক)
প্রশ্ন ১ : বেজবৰুৱাৰ গল্পসমূহত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা’ৰ স্থিতি আছেনে ? বিশ্লেষণ কৰক ।
উত্তৰঃ
প্রশ্ন ২ : ‘কন্যা’ গল্পটোৰ মূল বিষয়বস্তু কি? গল্পটোৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক।
উত্তৰঃ
প্রশ্ন ৩ : অসমীয়া ভাষাৰ নিভাঁজ ৰূপটো বেজবৰুৱাৰ গল্প ৰচনাসমূহত বিদৰে ৰক্ষিত হৈছে আলোচনা কৰক ।
উত্তৰঃ
Type By- Janmoni Hazarika