অসমীয়া ভাষাত আৰ্যভিন্ন উপাদান- ২
অধ্য়ায়- ১২
বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—
(ক) থাই বা টাই উপশাখাৰ অন্তৰ্গত ভাষাসমূহ কি কি ?
উত্তৰঃ
(খ) শ, স, ষ আদি সংস্কৃত উষ্ম ধ্বনিসমূহ অসমীয়া ভাষাত নিজস্ব ধ্বনিৰূপে প্রয়োগ হৈছেনে?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : চমুটোকা লিখক (ক) থাই-চীনীয় বা শ্যাম-চীনীয় (খ) তিব্বতবর্মী
উত্তৰঃ
প্রশ্ন ২ : টাই ভাষাৰ অসমীয়া ভাষাত থকা অৱদান উদাহৰণসহ আলোচনা কৰক ৷
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক),
প্রশ্ন ১ : অসমীয়া ভাষালৈ তিব্বতবর্মীয় ভাষাৰ অৱদান সম্পৰ্কে আলোচনা আগবঢ়াওক।
উত্তৰঃ
প্রশ্ন ২ : অসমীয়া ভাষাত থকা বড়ো ভাষাৰ উপাদানবোৰ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰক।
উত্তৰঃ
প্রশ্ন ৩ : অসমীয়া ভাষাত আহোম ভাষাৰ উপাদানসমূহ দেখুৱাই এখন ৰচনা লিখক ৷
উত্তৰঃ
Type By- janmoni hazarika