মধ্য়যুগৰ অসমীয়া ভাষা
অধ্য়ায়-৯
বস্তুধৰ্মী প্ৰশ্ন
প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক-
(ক) চৰিত সাহিত্য মানে কি?
উত্তৰঃ
(খ) বুৰঞ্জী পুথিসমূহ কেতিয়াৰ পৰা ৰচনা কৰাৰ প্ৰমাণ পোৱা যায়?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : চৰিত সাহিত্যৰ ভাষাগত বৈশিষ্ট্যসমূহ আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন ২ : ‘বুৰঞ্জীৰ ভাষা এক সমন্বয়ৰ ভাষা’— কথাষাৰ আলোচনা কৰক ।
উত্তৰঃ
প্রশ্ন ৩ : বুৰঞ্জী সাহিত্যৰ ভাষিক বৈশিষ্ট্যসমূহ ফঁহিয়াই আলোচনা কৰক ।
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : চৰিতপুথিৰ ভাষা আৰু বুৰঞ্জীৰ ভাষাৰ মাজত এটি তুলনামূলক বিচাৰ আগবঢ়াওক ৷
উত্তৰঃ
প্রশ্ন ২ : অসমীয়া সাহিত্যলৈ মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ অৱদান সম্পর্কে এটি আলোচনা যুগুত কৰক ।
উত্তৰঃ
প্রশ্ন ৩ : মধ্যযুগীয় অসমীয়া ভাষাৰ ভাষাগত বৈশিষ্ট্য নির্ণয় কৰি এটি চমু আলোচনা আগবঢ়াওক ।
উত্তৰঃ
Type By- Janmoni Hazarika