প্ৰাচীন ভাৰতীয় আৰ্যভাষা
অধ্য়ায়-২
বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক
(ক) ‘ভাৰতীয় আর্যভাষা’ৰ আদি স্তৰটিৰ নাম কি ?
উত্তৰঃ
(খ) আৰ্যসকল ভাৰতবৰ্ষত কেতিয়া প্ৰৱেশ কৰিছিল ?
উত্তৰঃ
(গ) প্ৰাচীন ভাৰতীয় আর্যভাষাৰ নৱীনতৰ ভাষা ৰূপটোৰ নাম কি?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত লিখক)
প্রশ্ন ১ : প্রাচীন ভাৰতীয় আর্যভাষাৰ এটি চমু পৰিচয় যুগুতাওক।
উত্তৰঃ
প্রশ্ন ২ : বৈদিক সাহিত্যৰ এটি পৰিচয়মূলক টোকা লিখক।
উত্তৰঃ
প্রশ্ন ৩ : প্ৰাচীন ভাৰতীয় আর্যভাষাৰ সামগ্রিক বৈশিষ্ট্যসমূহ উল্লেখ কৰক।
উত্তৰঃ
প্রশ্ন ৪ : সংস্কৃতৰ গুণ, বৃদ্ধি আৰু সম্প্ৰসাৰণ মানে কি বুজায়, উদাহৰণসহ বুজাই লিখক।
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : প্রাচীন ভাৰতীয় আর্যভাষাৰ সময় আৰু তাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ উল্লেখ কৰক ।
উত্তৰঃ
প্রশ্ন ২ : বৈদিক আৰু সংস্কৃত ভাষাৰ এটি পৰিচয়মূলক আলোচনা আগবঢ়াওক ।
উত্তৰঃ
প্রশ্ন ৩ : বৈদিক ভাষাৰ ভাষাতাত্ত্বিক বিশেষত্বসমূহ উল্লেখ কৰক।
উত্তৰঃ
প্রশ্ন ৪ : বৈদিক আৰু সংস্কৃত ভাষাৰ ধ্বনিতাত্ত্বিক দিশৰ পাৰ্থক্যসমূহ বিশ্লেষণ কৰক ।
উত্তৰঃ
প্রশ্ন ৫ : বৈদিক আৰু সংস্কৃতৰ ৰূপতাত্ত্বিক বিশেষত্বসমূহ লিখক।
উত্তৰঃ
প্রশ্ন ৬ : বৈদিক আৰু সংস্কৃত ভাষাৰ এটি তুলনামূলক আলোচনা যুগুত কৰক ৷
উত্তৰঃ
Type By- Janmoni Hazarika