অৰ্থনৈতিক বা আৰ্থিক ব্য়ৱস্থা
Chapter – 10
১। পুঁজিবাদ ব্য়ৱস্থাত উৎপাদনৰ আহিলাসমূহ হ’ল –
(ক) পুঁজিপতি
(খ) ৰাষ্ট্ৰ
(গ) ৰাজ্য়
উত্তৰঃ (খ) ৰাষ্ট্ৰ।
২। অৰ্থনৈতিক ব্য়ৱস্থাসমূহক কেই ভাগত ভগাব পাৰি ?
(ক) ২ টা
(খ) ৩ টা
(গ) ৪ টা
উত্তৰঃ (খ) ৩ টা।
৩। মিশ্ৰ অৰ্থনীতিৰ ভাগ কেইটা ?
(ক) দুটা
(খ) চাৰিটা
(গ) পাঁচটা
উত্তৰঃ (খ) চাৰিটা।
৪। পুঁজিবাদ দেশ সমূহ কি দেশ ?
(ক) দুখীয়া
(খ) ধনি
(গ) উন্নত
উত্তৰঃ (গ) উন্নত।
৫। পুুঁজিবাদৰ মূল লক্ষ্য় কি ?
(ক) মুনাফা
(খ) ধনি
(গ) দুখীয়া
উত্তৰঃ (ক) মুনাফা।
৬। মিশ্ৰ অৰ্থনীতি কেই ভাগত ভগাব ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
উত্তৰঃ (ক) দুই।
৭। তলৰ কোনটোৰ পৰা মিশ্ৰ অৰ্থনীতি গঢ়ি উঠিছে ?
(ক) পুঁজিবাদ আৰু সমাজবাদ
(খ) পুঁজিবাদ আৰু অৰ্থনীতি
(গ) পুঁজিবাদ আৰু সম্পদ
উত্তৰঃ (ক) পুঁজিবাদ আৰু সমাজবাদ।
৮। এখন দেশৰ অৰ্থব্য়ৱস্থাই কেইটা প্ৰধান সমস্য়া সমাধান কৰিব লাগে ?
(ক) দুই
(খ) চাৰি
(গ) ছয়
উত্তৰঃ (খ) চাৰি।
৯। তলৰ কোনটো অৰ্থব্য়ৱস্থাৰ প্ৰধান সমস্য়াৰ সমাধান নহয় ?
(ক) দেশ এখন কি উৎপাদন কৰিব
(খ) কেনেকৈ উৎপাদন কৰিব
(গ) মিশ্ৰ অৰ্থনীতি
উত্তৰঃ (গ) মিশ্ৰ অৰ্থনীতি।
১০। আমাৰ দেশৰ অৰ্থনৈতিক ব্য়ৱস্থা হ’ল ?
(ক) অৰ্থনৈতিক ব্য়ৱস্থা
(খ) সামাজবাদ ব্য়ৱস্থা
(গ) মিশ্ৰ অৰ্থনীতি ব্য়ৱস্থা
উত্তৰঃ (গ) মিশ্ৰ অৰ্থনীতি ব্য়ৱস্থা।
১১। কি ব্য়ৱস্থাই সকলোৰে বাবে সমান অধিকাৰ সাৱস্ত্য় কৰে ?
(ক) সমাজবাদ
(খ) অৰ্থনৈতিক
(গ) মিশ্ৰ অৰ্থনীতি
উত্তৰঃ (ক) সমাজবাদ।
১২। মিশ্ৰ অৰ্থনীতিৰ এক অপৰিহাৰ্য অংগ হ’ল ?
(ক) ৰাজনৈতিক
(খ) অৰ্থনৈতিক
(গ) গণতান্ত্ৰিক
উত্তৰঃ (খ) অৰ্থনৈতিক।
১৩। তলৰ কোনখন দেশ পুঁজিবাদ –
(ক) ভাৰত
(খ) জাপান
(গ) আমেৰিকা
উত্তৰঃ (গ) আমেৰিকা।
১৪। কি আৰ্থিক ব্য়ৱস্থাত কোনো ব্য়ক্তিগত সম্পত্তি থাকিব নোৱাৰে ?
(ক) ৰাজনৈতিক
(খ) অৰ্থনৈতিক
(গ) সমাজবাদ
উত্তৰঃ (গ) সমাজবাদ।
১৫। তলৰ কোনটো ব্য়ৱস্থাত জনমূৰি ঐআয় বেছি ?
(ক) পুঁজিবাদ
(খ) অৰ্থনৈতিক
(গ) সমাজবাদ
উত্তৰঃ (ক) পুঁজিবাদ।
Type By – Kishor Nath