Chapter 10
অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ
১। অনুৰাগৰ দেউতাকে কৰ জিলাৰ সদৰ ডিফুত চৰকাৰী আবাসত থাকি চাকৰি কৰে?
(ক) মৰিগাওঁ জিলাৰ
(খ) নগাওঁ জিলাৰ
(গ) কাৰ্বি আংলং জিলাৰ
উত্তৰ- (গ) কাৰ্বি আংলং জিলাৰ ।
২। অনুৰাগৰ দেউতাক এইবাৰ কেইদিনৰ আগতে আহিছিল?
(ক) এদিনৰ আগতে
(খ) দুদিনৰ আগতে
(গ) তিনিদিনৰ আগতে
উত্তৰ- (খ) দুদিনৰ আগতে ।
৩। চাৰমেন ক্ৰ’ এগৰাকী সুদক্ষ কি?
(ক) গীতীকাৰও
(খ) লোকশিল্পীও
(গ) গিহিণীও
উত্তৰ- (খ) লোকশিল্পীও ।
৪। ধনসিঙৰ ভনীয়েক কৰ কলেজত পঢ়ে?
(ক) কটন কলেজত পঢ়ে
(খ) কাৰেং ক্ৰ’পী কলেজত পঢ়ে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কাৰেং ক্ৰ’পী কলেজত পঢ়ে ।
৫। ধনসিঙৰ দেউতাকৰ নাম কি?
(ক) চাৰমেন ক্ৰ’
(খ) ৰাজেন ক্ৰ’
(গ) ৰাতুল ক্ৰ’
উত্তৰ- (ক) চাৰমেন ক্ৰ’
৬। পুৱা কিমানমান বজাত অনুৰাগ আৰু দেউতাক সাৰ পালে?
(ক) ছয়মান
(খ) সাতমান
(গ) আঠমান
উত্তৰ- (খ) সাতমান ।
৭। অনুৰাগে কি জাতীয় বাদ্য়বোৰ চালে?
(ক) পেঁপাজাতীয়
(খ) ঢোলজাতীয়
(গ) গগনাজাতীয়
উত্তৰ- (খ) ঢোলজাতীয় ।
৮। ধনসিঙহঁতৰ আহল-বহল কিহৰ সন্মুখত এখন বহল চোতাল আছে?
(ক) চাংঘৰৰ সন্মুখত
(খ) খেৰঘৰৰ সন্মুখত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) চাংঘৰৰ সন্মুখত ।
৯। কাৰ্বিসকলৰ নিজা এখন কি আছে?
(ক) ৰামায়ণ আছে
(খ) মহাভাৰত আছে
(গ) কীৰ্ত্তন আছে
উত্তৰ- (ক) ৰামায়ণ আছে ।
১০। গাড়ীখনৰ ওচৰৰ আলিবাটটোৱেদি অলপ সোমাই গ’লেই কাৰ গাওঁখন পায়?
(ক) ধনসিঙহঁতৰ গাওঁখন পায়
(খ) চাৰেমন গাওঁখন পায়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ধনসিঙহঁতৰ গাওঁখন পায় ।
১১। অনুৰাগ কিহৰ প্ৰতি অতিশয় আগ্ৰহী?
(ক) পঢ়াৰ প্ৰতি
(খ) নাচ-গানৰ প্ৰতি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নাচ-গানৰ প্ৰতি ।
১২। পৰস্পৰে চুলিয়ে চুলিয়ে ধৰি কৰা যুঁজ=?
(ক) চুলিয়াচুলি
(খ) চুলীয়াচুলি
(গ) চুলিয়াচুলী
উত্তৰ- (ক) চুলিয়াচুলি ।
১৩। সিংহ অংকিত আসন=?
(ক) সিংহাসন
(খ) সীংহাশন
(গ) শীংহাসন
উত্তৰ- (ক) সিংহাসন ।
১৪। মাছৰ যি পোনা=?
(ক) পুণামাছ
(খ) পোনামাছ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পোনামাছ ।
১৫। পুণ্য় যি ভূমি=?
(ক) পুণ্য়ভূমি
(খ) পূণ্য়ভূমি
(গ) পোন্য়ভূমি
উত্তৰ- (খ) পূণ্য়ভূমি ।
১৬। তিনিটা নয়ন যাৰ=?
(ক) তিনয়ন
(খ) ত্ৰিনয়ন
(গ) ত্ৰীনয়ন
উত্তৰ- (খ) ত্ৰিনয়ন ।
১৭। পৰস্পৰে হাতে হাতে ধৰি কৰা যুঁজ=?
(ক) হতাহতী
(খ) হতাহতি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) হতাহতি ।
১৮। ধনসিঙহঁতৰ আহল-বহল চাংঘৰৰ সন্মুখত কি আছে?
(ক) পুখুৰী
(খ) বহল চোতাল
(গ) ভঁৰাল
উত্তৰ- (খ) বহল চোতাল ।.
৯। কাৰ্বিসকলৰ নিজা এখন কি অছে ?
(ক) পুথি
(খ) ৰামায়ন
(গ) আইন
উত্তৰ-ৰামায়ন ।
২০। বৃক নামে অগ্নি উদৰত আচে যাৰ ?
(ক) বৃকুদৰ
(খ) বিকোহৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাো নহয় ।
Type by- Bikul Mandal