ওজাপালী
Chapter 9
১। ওজাপালিৰ অংশ কেইটা?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
উত্তৰ- (খ) দুটা ।
২। ওজাপালিৰ উৎপত্তি সম্পৰ্কত বিভিন্ন জনবিশ্বাস কি হৈ আছে?
(ক) প্ৰচলিত হৈ আছে
(খ) আলোচনা হৈ আছে
(গ) নিৰ্ভৰ হৈ আছে
উত্তৰ- (ক) প্ৰচলিত হৈ আছে ।
৩। ওজাপালিৰ বিভিন্ন দিশত বিশেষভাৱে সহায় কৰা লোক জন কোন?
(ক) ওজা
(খ) পালিসকল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ওজা ।
৪। সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক কি ওজা বোলা হয়?
(ক) ভাইৰা ওজা বোলা হয়
(খ) দুলড়ী ওজা বোলা হয়
(গ) সুকনান্নীৰ ওজা বোলা হয়
উত্তৰ- (গ) সুকনান্নীৰ ওজা বোলা হয় ।
৫। সপোনত তেওঁ আত্মবিভোৰ হৈ তাঁতশালৰপৰা উঠি আহি মুদ্ৰাসহ কি কৰিবলৈ লয়?
(ক) নৃত্য় কৰিবলৈ লয়
(খ) আলোচনা কৰিবলৈ লয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নৃত্য় কৰিবলৈ লয় ।
৬। ওজাই কপাহী বা কিহৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়?
(ক) পাটৰ
(খ) মূগাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পাটৰ ।
৭। অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত?
(ক) এটা ভাগত বিভক্ত
(খ) দুটা ভাগত বিভক্ত
(গ) তিনিটা ভাগত বিভক্ত
উত্তৰ- (খ) দুটা ভাগত বিভক্ত ।
৮। ওজাপালিৰ সাহিত্য় আৰু কবিজনা পাঁচালী কবিৰূপে ক’ত জনাজাত হৈ আহিছে?
(ক) অসমত
(খ) ভাৰতত
(গ) চীনত
উত্তৰ- (ক) অসমত ।
৯। অঞ্চল বিশেষে ওজাপালিৰ কি ভিন্নতা আছে?
(ক) সাজ-পাৰ
(খ) সুৰ-তাল
(গ) নৃত্য়-নাতিকা
উত্তৰ- (ক) সাজ-পাৰ ।
১০। চাপকন চোলা পৰিধান কৰে আৰু দীঘল চাদৰ এখনেৰে ক’ত পাগ মাৰে?
(ক) ককালত
(খ) মূৰত
(গ) পেটত
উত্তৰ- (খ) মূৰত ।
১১। বিষয়বস্তু অনুসৰি ওজাপালি অনুষ্ঠানটো কেইটা ভাগত ভগাব পাৰি?
(ক) দুটা বহল ভাগত
(খ) তিনিটা বহল ভাগত
(গ) চাৰিটা বহল ভাগত
উত্তৰ- (ক) দুটা বহল ভাগত ।
১২। তেওঁলোকে কোনবোৰ গীত-পদ গায়?
(ক) মনসা, কবি মনকৰ, দুৰ্গবৰে ৰচনা কৰা পদ
(খ) অতীজৰে পৰা সমাজত মুখে মুখে চলি অহা গীত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অতীজৰে পৰা সমাজত মুখে মুখে চলি অহা গীত ।
১৩। ওজাপালিৰ ওজাজন কি হ’ব লাগে?
(ক) সকলো দিশতে দক্ষতা আৰু সম্য়ক জ্ঞান থকা
(খ) সক্ৰীয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সকলো দিশতে দক্ষতা আৰু সম্য়ক জ্ঞান থকা ।
১৪। ওজাজনৰ পিছতে দ্বিতীয়স্থানত থকা লোক জনক কি বোলে?
(ক) দুৰ্গাবৰীপালি
(খ) দাইনাপালি
(গ) ওপৰৰ এটাও নহয়
(খ) দ্বন্দ্ব সমাস
১৫। অঞ্চলবিশেষে ওজাপালিৰ সাজ-পাৰৰ কি আছে?
(ক) গঠন আছে
(খ) ভিন্নতা আছে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভিন্নতা আছে ।
১৬। ওজা আৰু পালিসকলে কপালত কি লয়?
(ক) ক’লা ৰঙৰ ফোঁট
(খ) বগা ৰঙৰ ফোঁট
(গ) ৰঙা ৰঙৰ ফোঁট
উত্তৰ- (গ) ৰঙা ৰঙৰ ফোঁট ।
১৭। ওজাপালিত প্ৰধান গৰাকীয়ে কি কৰে?
(ক) দিহা বা ঘোষা গায়
(খ) কাহিনী আবৃত্তি কৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কাহিনী আবৃত্তি কৰে ।
১৮। হৰি আৰু হৰ =?
(ক) হৰীহৰ
(খ) হৰিহৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) হৰিহৰ ।
১৯। পঞ্চ অমৃতৰ সমাহাৰ=?.
(ক) পঞ্চমিত
(খ) পঞ্চমৃত
(গ) পঞ্চামৃত
উত্তৰ- (গ) পঞ্চামৃত ।
২০। কাঁহী, বাটি, ঘটি, কলহ, চৰিয়া =কাঁহী-বাটি কি সমাস?
(ক) দ্বিগু সমাস
(খ) দ্বন্দ্ব সমাস
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) দ্বন্দ্ব সমাস ।
Type by- Bikul Mandal