ৰাষ্ট্ৰ
Chapter – 7
১। ৰাষ্ট্ৰৰ প্ৰধান উপাদান কেইটা ?
(ক) ২ টা
(খ) ৪ টা
(গ) ৬ টা
উত্তৰঃ (খ) ৪ টা।
২। কোনখন দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বুলি কোৱা হয় ?
(ক) আমেৰিকা
(খ) গ্ৰিছ
(গ) জাপান
উত্তৰঃ (খ) গ্ৰিছ।
৩। ৰাষ্ট্ৰ গঠনৰ প্ৰাথমিক উপাদানটো কি ?
(ক) জনসমষ্টি
(খ) ৰাষ্ট্ৰসমষ্টি
(গ) ঘনত্বসমষ্টি
উত্তৰঃ (ক) জনসমষ্টি।
৪। ৰাষ্ট্ৰ শব্দটো অৰ্থ বুজাবলৈ গ্ৰিকসকলে কি শব্দ ব্য়ৱহাৰ কৰিছিল ?
(ক) পলিছ
(খ) ষ্টেট
(গ) ছিভিটাছ
উত্তৰঃ (ক) পলিছ।
৫। দাৰ্শনিকসকলে দাঙি ধৰা ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কে মতবাদসমূহ কেই ভাগত ভগাব পাৰি ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
উত্তৰঃ (ক) দুই।
৬। তলৰ কোনটো ৰাষ্ট্ৰ প্ৰধান উপাদান নহয় ?
(ক) জনসমষ্টি
(খ) সাৰ্বভৌমত্ব
(গ) ঐতিহাসিক
উত্তৰঃ (গ) ঐতিহাসিক।
৭। কোনজন ৰজাই নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি উল্লেখ কৰিছিল ?
(ক) আকবৰে
(খ) চুকাফায়ে
(গ) জেমছে
উত্তৰঃ (গ) জেমছে।
৮। পৰিয়ালৰ কোনটো সদস্য়ৰ একতাৰ মূস ভিত্তি –
(ক) তেজৰ সম্পৰ্কে
(খ) ধৰ্মৰ সম্পৰ্কে
(গ) ৰাজনৈতিক সম্পৰ্কে
উত্তৰঃ (ক) তেজৰ সম্পৰ্কে।
৯। কি শব্দৰ পৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল ?
(ক) পলিছ
(খ) ষ্টেটাছ
(গ) ছিভিটাছ
উত্তৰঃ (খ) ষ্টেটাছ।
১০। জনসমষ্টিবিহীন ভূখণ্ড এটাত ৰাষ্ট্ৰৰ সৃষ্টি হ’ব –
(ক) পাৰি
(খ) নোৱাৰে
(গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (খ) নোৱাৰে।
১১। কি ধৰ্মপুথিত ৰজা ঈশ্বৰৰ প্ৰতিনিধি বুলি উল্লেখ কৰা আছে ?
(ক) ৰামায়ণ
(খ) মহাভাৰত
(গ) বাইবেল
উত্তৰঃ (গ) বাইবেল।
১২। কিমান শতিকাত ৰজা জেমছে নিজকে ঈশ্বৰৰ প্ৰতিনিধি উল্লেখ কৰিছিল ?
(ক) ষষ্ঠ
(খ) সপ্তম
(গ) অষ্টম
উত্তৰঃ (খ) সপ্তম।
১৩। কাৰ মতে ” তেজৰ সম্বন্ধই সমাজৰ সৃষ্টি কৰে আৰু সৰ্বশেষত সমাজে ৰাষ্ট্ৰৰ সৃষ্টি কৰে আৰু সৰ্বশেষত সমাজে ৰাষ্ট্ৰৰ সৃষ্টি কৰে ?
(ক) লেভিয়াথান
(খ) দ্য়াৰ্শনিক জ্য়াঁ
(গ) মেক আইভাৰৰ
উত্তৰঃ (গ) মেক আইভাৰৰ।
১৪। মানুহ প্ৰকৃততে কেতিয়াও স্বাৱলম্বী হ’ব –
(ক) পাৰে
(খ) নোৱাৰে
(গ) কেতিয়াবা পাৰে
উত্তৰঃ (খ) নোৱাৰে।
১৫। ৰাষ্ট্ৰৰ অৱশ্য়েক কৰিবলগা কাৰ্যবোৰক কেইটা ভাগত ভগাব পাৰি ?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰঃ (ক) দুটা।
Type By – Kishor Nath