মধ্য় যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা
Chapter – 5
১। প্ৰাচীন কামৰূপ ৰাজ্য় কেইটা ভাগত ভগাব পাৰি ?
(ক) ৩ টা
(খ) ৪ টা
(গ) ৫ টা
উত্তৰঃ ৫ টা।
২। চুতীয়া সকলে ব্য়ক্ষ্মপুত্ৰৰ কোনটো পাৰত ৰাজত্ব কৰিছিল ?
(ক) পূব
(খ) পশ্মিম
(গ) উত্তৰ
উত্তৰঃ (গ) উত্তৰ।
৩। কোন শতিকাত কোচ ৰাজ্য়ৰ জন্ম হয় ?
(ক) ১২ শতিকাত
(খ) ১৪ শতিকাত
(গ) ১৬ শতিকাত
উত্তৰঃ (গ) ১৬ শতিকাত।
৪। তলৰ কোনটো খেতিৰ সজুলি নহয় ?
(ক) কোৰ
(খ) নিৰণি
(গ) কোঠা
উত্তৰঃ (গ) কোঠা।
৫। পাহাৰীয়া অঞ্চলৰ মানুহবোৰে কি খেতি কৰিছিল ?
(ক) ঝূম খেতি
(খ) মাহজাতীয় খেতি
(গ) ধান খেতি
উত্তৰঃ (ক) ঝূম খেতি।
৬। মধ্য় যুগৰ ৰাজহ ব্য়ৱস্থা অনুসৰি কোন ভূমি সম্পত্তিৰ স্বত্বাধিকাৰী আছিল ?
(ক) মন্ত্ৰী
(খ) ৱকিল
(গ) ৰজা
উত্তৰঃ (গ) ৰজা।
৭। মধ্য় যুগৰ অসমৰ সাধাৰণ প্ৰজাসকলৰ মূলতঃ কি আছিল ?
(ক) কৃষি
(খ) বেহা – বেপাৰ
(গ) ওপৰৰ গোটেই কেইটা
উত্তৰঃ (ক) কৃষি।
৮। কৰযুক্ত ভূমি ব্য়ৱস্থাটোক কি বোলা হয় ?
(ক) লাখেৰাজ
(খ) পীৰপাল
(গ) হস্তশিল্প
উত্তৰঃ (ক) লাখেৰাজ।
৯। কৃষিকাৰ্যৰ সমানে গুৰুত্ব পোৱা বিষয়টো কি ?
(ক) লাখেৰাজ
(খ) পীৰপাল
(গ) হস্তশিল্প
উত্তৰঃ (গ) হস্তশিল্প।
১০। মধ্য় যুগৰ অঞ্চলৰ মানুহৰ প্ৰধান খাদ্য় কি ?
(ক) ভাত
(খ) ৰুতি
(গ) মাংস
উত্তৰঃ (ক) ভাত।
১১। ধান খেতিৰ প্ৰধান ভাগ কেইটা ?
(ক) ২ টা
(খ) ৪ টা
(গ) ৬ টা
উত্তৰঃ (ক) ২ টা।
১২। আহুধানৰ খেতি কোন মাহত কৰা হয় ?
(ক) শীতকালৰ শেষত
(খ) বহাগৰ শেষত
(গ) আঘুনৰ শেষত
উত্তৰঃ (ক) শীতকালৰ শেষত।
১৩। ধান জমা কৰি ৰখা ঘৰটোক কি বোলা হয় ?
(ক) মোন
(খ) সেৰ
(গ) ভঁৰাল
উত্তৰঃ (গ) ভঁৰাল।
১৪। তলৰ কোনটো মাহত আহু ধানৰ খেতি কৰা নহয় ?
(ক) বহাগ
(খ) ফাগুন
(গ) আঘুণ
উত্তৰঃ (গ) আঘুণ।
১৫। অসমৰ কোনটো অঞ্চলত কুঁহিয়াৰ খেতি কৰা হৈছিল ?
(ক) উজনি অসমত
(খ) আপাৰ আচামত
(গ) লোৱাৰ আচামত
উত্তৰঃ (ক) উজনি অসমত।
Type By – Kishor Nath