Chapter 5
অসমীয়া বাৰেৰহণীয়া গীত-মাত
১। অতি প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত নানা গীত-মাতৰ কি হৈ আহিছে?
(ক) আলোচনা হৈ আহিছে
(খ) প্ৰচলন হৈ আহিছে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- প্ৰচলন হৈ আহিছে ।
২। কিছুমান কি গীতৰ মাজেৰে মনৰ মাজত লুকাই থকা দুখৰ ভাবো প্ৰকাশ পায়?
(ক) বিহুগীত
(খ) লোকগীত
(গ) পুৰণীগীত
উত্তৰ- লোকগীত ।
৩। বিভিন্ন আধ্য়াত্মিক বিষয়ৰ গীত অসমীয়া সমাজত ভক্তিভাবে কি কৰা হয়?
(ক) পৰিৱেশন কৰা হয়
(খ) আলোচনা কৰা হয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- পৰিৱেশন কৰা হয় ।
৪। গীত-মাতসমূহে অসমৰ ভাষা-সংস্কূতিক কি কৰিছে?
(ক) চহকী কৰিছে
(খ) নিৰ্মাণ কৰিছে
(গ) নিৰ্ভৰ কৰিছে
উত্তৰ- চহকী কৰিছে ।
৫। বিয়ান নুশুনিলে কি অনুষ্টানটো উকা উকা লাগে?
(ক) ওপৰৰ এটাও নহয়
(খ) বিৱাহ অনুষ্টানটো
(গ) জন্মদিন অনুষ্টানটো
উত্তৰ- বিৱাহ অনুষ্টানটো ।
৬। কিছুমান মানৱ সভ্য়তা ডাঙৰ ডাঙৰ কিহৰ পাৰত গঢ় লৈ উঠিছে?
(ক) পুখুৰী পাৰত
(খ) নদীৰ পাৰত
(গ) সাগৰ পাৰত
উত্তৰ- নদীৰ পাৰত ।
৭। অভিমানত কাৰ মুখৰ নিচুকণি গীত শুনিলে আমাৰ মান-অভিমান ক’ৰবালৈ পলায়?
(ক) আইৰ মুখৰ পৰা
(খ) পিতাই মুখৰ পৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- আইৰ মুখৰ পৰা ।
৮। বিভিন্ন সময়ত ধেমালি কৰোঁতে কোনে গোৱা গীতবোৰ বৰ শুৱলা?
(ক) আইতাৱে
(খ) শিশুৱে
(গ) ককাই
উত্তৰ- শিশুৱে ।
৯। পৰম্পৰা, নীতি-উপদেশ আদি সকলোবোৰ কি পৰিচয় বহন কৰে?
(ক) দিশৰ
(খ) অনুষ্টানৰ
(গ) আলোচনাৰ
উত্তৰ- দিশৰ ।
১০। নাট্য়াভিনয়, সংগীত আদিৰ ৰূপত আজি আমাৰ মাজত কি আছে?
(ক) জিলিকি আছে
(খ) বৰ্তি আছে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- বৰ্তি আছে ।
১১। অসমীয়া সমাজত নানা ধৰণৰ কি অনুিষ্ঠত হয়?
(ক) আনন্দ আৰু ৰং
(খ) ধৰ্মীয় উতসৱ-পাৰ্বণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- ধৰ্মীয় উতসৱ-পাৰ্বণ ।
১২। কেতিয়াৰে পৰা অসমীয়া সমাজত নানা গীত-মাত প্ৰচলন হৈ আহিছে?
(ক) বৰ্তমান কালৰে পৰা
(খ) অতি প্ৰাচীন কালৰে পৰা
(গ) প্ৰাচীন কালৰে পৰা
উত্তৰ- অতি প্ৰাচীন কালৰে পৰা ।
১৩। শিশুৰ মনত জগতখন কি?
(ক) গীতেৰে ভৰপুৰ
(খ) বৰ মনোমোহা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- বৰ মনোমোহা ।
১৪। কোনো ব্য়ক্তি বা প্ৰাণীৰ নাম বুজালে তাক কি বোলে?
(ক) নামবাচক বিশেষ্য়
(খ) জাতিবাচক বিশেষ্য়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- নামবাচক বিশেষ্য় ।
১৫। অসমীয়া সমাজত আধ্য়াত্মিক গীতৰ উপৰি আৰু কি গোৱা হয়?
(ক) মহখেদা
(খ) উতসৱ-পাৰ্বণত বহু গীত-মাত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- উতসৱ-পাৰ্বণত বহু গীত-মাত ।
১৬। কিহৰ মাজেৰে মনৰ মাজত থকা দুখৰ ভাব প্ৰকাশ পায়?
(ক) আনন্দৰ মাজেৰে
(খ) লোকগীতৰ মাজেৰে
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- লোকগীতৰ মাজেৰে ।
১৭। কি অসমীয়া সাহিত্য়ৰ অমূল্য় সম্পদ?
(ক) মাহুত বা হাতীৰ মাউত
(খ) মালতি বা কাহিনী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- মালতি বা কাহিনী ।
১৮। কোনো জাতি বা শ্ৰেণীৰ নাম বুজালে তাক কি বোলে?
(ক) জাতিবাচক বিশেষ্য়
(খ) গুণবাচক বিশেষ্য়
(গ) বস্তুবাচক বিশেষ্য়
উত্তৰ- জাতিবাচক বিশেষ্য় ।
১৯। কোনো গুন বা দোষৰ নাম বুজালে তাক কি বোলে?
(ক) গুনবাচক বিশেষ্য়
(খ) বস্তুবাচক বিশেষ্য়
(গ) ক্ৰিয়াবাচক বিশেষ্য়
উত্তৰ- গুনবাচক বিশেষ্য় ।
২০। কোনো বস্তুৰ নাম বুজালে তাক কি বোলে?
(ক) গুনবাচক বিশেষ্য়
(খ) বস্তুবাচক বিশেষ্য়
(গ) ক্ৰিয়াবাচক বিশেষ্য়
উত্তৰ- বস্তুবাচক বিশেষ্য় ।
Type by- Bikul Mandal