ভাৰতৰ প্ৰথম স্বাধীনতা সংগামঃ ভাৰতত জাতীয়তাবাদৰ সূচনা (১৮৫৭-১৮৫৮)
Chapter – 3
১। ইষ্ট ইণ্ডিয়া ক’ম্পেনি কি উদ্দেশ্য় ভাৰতবৰ্ষলৈ আহিছিল ?
(ক) খেতি – বাতি
(খ) বেহা – বেপাৰ
(গ) হাজিৰা
উত্তৰঃ (খ) বাহ – বেপাৰ।
২। কিমান চনত ইষ্ট ইণ্ডিয়া কম্পেনি ভাৰতৰলৈ আহিছিল ?
(ক) ১৭০০ খ্ৰি. ত
(খ) ১৬০০ খ্ৰি. ত
(গ) ১৮০০ খ্ৰি. ত
উত্তৰঃ (খ) ১৬০০ খ্ৰি. ত।
৩। তলৰ ক’ত প্ৰথম বিধৱা বিবাহ সম্পন্ন হৈছিল ?
(ক) অন্ধ্ৰপ্ৰদেশ
(খ) কলিকতাত
(গ) অসম
উত্তৰঃ (খ) কলিকতাত।
৪। কিমান খ্ৰি. ৰ পৰা বিদ্ৰোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে ?
(ক) ১৮৫৬ খ্ৰি. ত
(খ) ১৮৪৫ খ্ৰি. ত
(গ) ১৮৫৭ খ্ৰি. ত
উত্তৰঃ (গ) ১৮৫৭ খ্ৰি. ত।
৫।তলৰ কোনজন লোকৰ ৮৩১ চনত মৃত্য়ু হয় ?
(ক) ৰাজা ৰামমোহন ৰয়
(খ) হেনৰি লুই ভিভিয়ান
(গ) নানাচাহেব
উত্তৰঃ (খ) হেনৰি লুই ভিভিয়ান।
৬। ১৮৫৭ খ্ৰি. ৰ বিদ্ৰোহৰ আনএটা কাৰণ কি ?
(ক) সৈনিক সকলৰ মাজত সন্তুষ্টি
(খ) সৈনিক সকলৰ মাজত অসন্তুষ্টি
(গ) সৈনিক সকলৰ মাজত আনন্দ
উত্তৰঃ (খ) সৈনিক সকলৰ মাজত অসন্তুষ্টি।
৭। ইংৰাজসকল ভাৰতবৰ্ষত বসতি স্থাপন কৰিবলৈ –
(ক) আহিছিল
(খ) নাই
(গ) ওপৰৰ গোটেই কেইটা
উত্তৰঃ (খ) নাই।
৮। ইংৰাজসকলৰ মূল লক্ষ্য় কি আছিল ?
(ক) সাম্ৰজ্য়বাদ
(খ) জাতীয়তা বাদ
(গ) মোগল বাদ
উত্তৰঃ (ক) সাম্ৰাজ্য়বাদ।
৯। ভাৰতীয় চিপাহীৰ বাবে ইংৰাজে কি নীতি গ্ৰহণ কৰে ?
(ক) জাতীয়তা বাদ
(খ) বৈষম্য়মূলক
(গ) সাম্ৰাজ্য়বাদ
উত্তৰঃ (খ) বৈষম্য়মূলক।
১০। এনফিল্ড ৰাইফল ব্য়ৱহাৰ কৰাৰ সময়ত গুলীটো কিহেৰে কামুৰিব লাগে ?
(ক) দাঁতেৰে
(খ) নাকেৰে
(গ) হাতেৰে
উত্তৰঃ (ক) দাঁতেৰে।
১১। চিপাহী বিদ্ৰোহৰ প্ৰথম চহীদ কোন আছিল ?
(ক) ৰাণী লক্ষ্মীবাই
(খ) নানাচাহেব
(গ) মঙ্গল পাণ্ডে
উত্তৰঃ (গ) মঙ্গল পাণ্ডে।
১২। বাহাদুৰ ছাহক যাবৎজীৱন কাৰদণ্ড দি কোনটো কাৰাগাৰত ৰাখিছিল ?
(ক) জুই কাৰগাৰত
(খ) ৰেঙ্গুনৰ কাৰাগাৰত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ৰেঙ্গুনৰ কাৰাগাৰত
১৩। ইংৰাজ কৰ্মচাৰী জনক গুলীয়াবলৈ মঙ্গল পাণ্ডে কোনে সহায় কৰিছিল ?
(ক) ঈশ্বৰী পাণ্ডে
(খ) দীলিপ পাণ্ডে
(গ) গৌততম পাণ্ডে
উত্তৰঃ (ক) ঈশ্বৰী পাণ্ডে।
১৪। বাহাদুৰ ছাহক ক’ত মৃত্য়ু হৈছিল ?
(ক) কাৰাগাৰত
(খ) কাৰাগাৰৰ বাহিৰত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) কাৰাগাৰত।
১৫। তলৰ কোনজনে বিদ্ৰোহৰ নেতৃত্ব দিয়া নাছিল ?
(ক) মঙ্গল পাণ্ডে
(খ) নানাচাহেব
(গ) তাঁতীয় টোপী
উত্তৰঃ (ক) মঙ্গল পাণ্ডে।
Type By – Kishor Nath