মেধি তীৰ্থলৈ যায়
Chapter 4
১। ‘মেধি তীৰ্থলৈ যায়’ কবিতাটোৰ কবি কোন?
(ক) পদ্মধৰ চলিহা
(খ) দণ্ডিনাথ কলিতা
(গ) জ্য়োতিপ্ৰসাদ আগৰৱালা
উত্তৰ- দণ্ডিনাথ কলিতা ।
২। ঢো মেধি কলৈ যায়?
(ক) তীৰ্থলৈ যায়
(খ) শহুৰেকৰ ঘৰলৈ যায়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- তীৰ্থলৈ যায় ।
৩। ক’ত খামুচি ধৰি মেধি তীৰ্থলৈ যায়?
(ক) লগুণডালত ধৰি
(খ) ধুতীখন ধৰি
(গ) মুনাটোত ধৰি
উত্তৰ- লগুণডালত ধৰি ।
৪। দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্য়াসখনৰ নাম কি?
(ক) ফুল
(খ) গণবিপ্লৱ
(গ) সাধনা
উত্তৰ- ফুল ।
৫। নোচোৱাকৈ কি কিনাৰ উপায় নাই?
(ক) টিকট কিনাৰ উপায় নাই
(খ) টিভি কিনাৰ উপায় নাই
(গ) গাড়ী কিনাৰ উপায় নাই
উত্তৰ- টিকট কিনাৰ উপায় নাই ।
৬। মেধিৰ ঘৰ ক’ত আছিল?
(ক) কলিমেধি তীৰ্থলৈ যায়
(খ) গোৱালপাৰাত আছিল
(গ) গোলাঘাটত আছিল
উত্তৰ- কলিয়াবৰত আছিল
৭। কেইদিন জাহাজ তাত ৰ’ল?
(ক) তিনিদিন
(খ) দুদিন
(গ) এদিন
উত্তৰ- তিনিদিন ।
৮। দণ্ডিনাথ কলিতাৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৮৯০ চনত
(খ) ১৮৮০ চনত
(গ) ১৮৭০ চনত
উত্তৰ- ১৮৯০ চনত ।
৯। মেধি কিহত সুখ্য়াতি বৰ আছিল?
(ক) গান গোৱাত
(খ) নাম গোৱাত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- নাম গোৱাত ।
১০। দণ্ডিনাথ কলিতাৰ কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯৫৪ চনত
(খ) ১৯৫৫ চনত
(গ) ১৯৫৬ চনত
উত্তৰ- ১৯৫৫ চনত ।
১১। দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্য়াসখনৰ নাম কি?
(ক) ফুল
(খ) আৱিষ্কাৰ
(গ) সাধনা
উত্তৰ- ফুল ।
১২। নোচোৱাকৈ কি কিনাৰ উপায় নাই?
(ক) জাহাজ
(খ) টিকট
(গ) তীৰ্থ
উত্তৰ- টিকট ।
১৩। তেওঁ ৰচিত নাট কি কি?
(ক) অগ্নিপৰীক্ষা, কচীক বধ, সতীৰ তেজ
(খ) অগ্নিপৰীক্ষা, হত্য়াকৰী কোন, সতীৰ তেজ
(গ) অগ্নিপৰীক্ষা, কীচক বধ, গণবিপ্লৱ
উত্তৰ- অগ্নিপৰীক্ষা, কচীক বধ, সতীৰ তেজ ।
১৪। লেখে-বুজি মোনাত ভৰি কি ল’লে?
(ক) টকা আঢ়ৈকুৰি
(খ) মন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- টকা আঢ়ৈকুৰি ।
১৫। গোটেই গাঁৱতে কি বুলি ঢৌ উঠিল?
(ক) টকা আঢ়ৈকুৰি লোৱা বুলি
(খ) মেধি তীৰ্থলৈ যায় বুলি
(গ) লেখি-বুজি মোনাত ভৰোৱা বুলি
উত্তৰ- মেধি তীৰ্থলৈ যায় বুলি ।
১৬। কিহত খামুচি ধৰি মেধি তীৰ্থলৈ যায়?
(ক) জাহাজত
(খ) লগুণডালত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- লগুণডালত ।
১৭। কেইদিন জাহাজ তাত ৰ’ল ?
(ক) দুদিন
(খ) তিনিদিন
(গ) চাৰিদিন
উত্তৰ- তিনিদিন ।
১৮। মেধিয়ে কি কৰিব নোৱাৰা হ’ল?
(ক) খাব নোৱাৰা হল
(খ) উঠিব নোৱাৰা হল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- উঠিব নোৱাৰা হল ।
১৯। জাহাজখন ক’ত সোমাই ৰ’ল?
(ক) বালিত
(খ) সাগৰৰ মাজত
(গ) পানীত
উত্তৰ- বালিত ।
২০। তেওঁৰ ধেমেলীয়া নাট দুখনৰ কি কি?
(ক) মুক্তিৰ অভিযান, পোহনীয়া কুকুৰ
(খ) নগৰত বিহুতলী, মুক্তিৰ অভিযান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- মুক্তিৰ অভিযান, পোহনীয়া কুকুৰ ।
Type by- Bikul Mandal