উওৰ = প্ৰাচীন অসমৰ লিপি দুটা ভাগত ভগোৱা হৈছে।সেইকেইটা হল – ১। স্হানীয় লিপি ২। ভাৰতৰ বিভিন্ন প্ৰান্ত পৰা উদ্ধাৰ কৰা লিপি।
২। অসমৰ প্ৰাচীন কি নামেৰে জনা যায়।
উওৰ = অসমৰ প্ৰাচীন প্ৰাগজ্যেতিষ নামেৰে জনা যায় ।
৩। প্ৰাগজ্যেতিষ কি নাম উল্লেখ কৰা হৈছে ।
উওৰ = প্ৰাগজ্যেতিষ ৰামায়ণত আৰ মহাভাৰত পৰা উল্লেখ কৰা হৈছে।
৪। প্ৰাগজ্যেতিষ কত অৱস্হিত আৰ নগৰখনৰ বিস্তত কিমান।
উওৰ = প্ৰাগজ্যেতিষ বৰাহ নামৰ স্বৰ্ণ শিখ পাহাৰত অৱস্হিত আৰ ৬৪ বিস্তত।
৫। পাহাৰ বাসিন্দা কাক বোলা হয়।
উওৰ = মহাভাৰতত প্ৰাগজ্যেতিষ ৰজা ভগদওক শৈলালয় বা পাহাৰৰ বাসিন্দা বোলা হয।
৬। সাগৰ পাৰত বাস কৰা গোষ্ঠীটো নাম কি ।
উওৰ= সাগৰ পাৰত বাস কৰা গোষ্ঠীটো নাম হল মংগোলীয় গোষ্ঠী ।
৭। সাগৰ পাৰত বাস কৰা যিকোনো অঞ্চলত দুটা নাম লিখা ।
উওৰ = সাগৰ পাৰত বাস কৰা যিকোনো অঞ্চলত দুটা নাম হল চিলেট, মৈমন সিং।
৮। ৰাজ্যখনৰ ৰাজধানী নাম কি আছিল ।
উওৰ = ৰাজ্যখনৰ ৰাজধানী নাম হল প্ৰাগজ্যেতিষপুৰ।