ভাৰতত তুকী-আফগানৰ শাসন
Chapter 2
১। তুৰ্কী-আফগানসকল ভাৰতলৈ অহাৰ আগৰ সময়ছোৱাত কিমানৰ পৰা কিমান খিষ্টাব্দলৈকে ৰাজবংশৰ শাসন চলিছিল ?
(ক) ৮০০ৰ পৰা ১২০০
(খ) ৬০০ৰ পৰা ১৪০০
(গ) ৯০০ৰ পৰা ১৬০০
উত্তৰঃ (ক) ৮০০ৰ পৰা ১২০০।
২। কিমান খ্ৰি.ত মানুদ গজনীৰ চুলতান হয় ?
(ক) ৯৯২
(খ) ৯৯৮
(গ) ৮৮৭
উত্তৰঃ (খ) ৯৯৮।
৩। গজনীৰ তুৰ্কী চুলতানসকলৰ ভিতৰত মানুদেই প্ৰথমে কি উপাধি পাইছিল ?
(ক) বৰুৱা
(খ) মহন্ত
(গ) চুলতান
উত্তৰঃ (গ) চুলতান।
৪। মহম্মদ ঘোৰীৰ ভাৰত অভিযানে কিমান খ্ৰি.ত মূলতান ৰাজ্য জয় কৰে ?
(ক) ১১৮৬
(খ) ১১৭৫
(গ) ১১৬২
উত্তৰঃ (খ) ১১৭৫।
৫। মহম্মদ ঘোৰীৰ ভাৰত অভিযানে কিমান খ্ৰি.ত পেচোৱাৰ, লাহৰ, শিয়ালকোট আদি অঞ্চল জয় কৰে ?
(ক) ১১৯০
(খ) ১১৮৮
(গ) ১১৬৮
উত্তৰঃ (গ) ১১৬৮।
৬। ইলতুৎমিছ কিমান চনত জন্ম হৈছিল ?
(ক) ১২১১
(খ) ১২৪২
(গ) ১২২৩
উত্তৰঃ (ক) ১২১১।
৭। কুতুবুদ্দিনৰ মৃত্যুৰ পিছত ১২১১ খ্ৰি.ত কোন বংশৰ চুলতান হয় ?
(ক) চুকাফা
(খ) মহম্মদ ঘোৰীৰ ভাৰত অভিযান
(গ) ইলতুৎমিছ
উত্তৰঃ (গ) ইলতুৎমিছ।
৮। ইলতুৎমিছৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১২৮৮
(খ) ১২৩৬
(গ) ১২৩২
উত্তৰঃ (খ) ১২৩৬।
৯। কিমান খ্ৰি.ত মদম্মদ ঘোৰীৰ মৃত্যু হৈছিল ?
(ক) ১২১২
(খ) ১২২২
(গ) ১২০৬
উত্তৰঃ (গ) ১২০৬।
১০। কিমান খ্ৰি.ত চুলতান হৈ আল্লাউদ্দিনে নিজৰ ৰাজ্যৰ সীমা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰে ?
(ক) ১২৯৬
(খ) ১২৬৮
(গ) ১২৮৮
উত্তৰঃ (ক) ১২৯৬ ।
১১। ৰেজিয়া চুলতান কিমান চনত জন্ম হৈছিল ?
(ক) ১২৪৮
(খ) ১২৪৪
(গ) ১২৩৬
উত্তৰঃ (গ) ১২৩৬।
১২। ইলতুৎমিছৰ পিছত তেওঁৰ কোন ৰেজিয়া দিল্লীৰ চুলতান হৈছিল ?
(ক) পুতেক
(খ) জিয়েক
(গ) পিতাক
উত্তৰঃ (খ) জিয়েক।
১৩। খিলিজি বংশ কিমান চনত জন্ম হৈছিল ?
(ক) ১২৮৬
(খ) ১২৯৯
(গ) ১২৯০
উত্তৰঃ (গ) ১২৯০
১৪। ৰেজিয়া চুলতানৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১২৮৮
(খ) ১২৫৪
(গ) ১২৪০
উত্তৰঃ (গ) ১২৪০।
১৫। আল্লাউদ্দিন খিলিজ কিমান চনত জন্ম হৈছিল ?
(ক) ১২৯৬
(খ) ১২৮৪
(গ) ১২৬৬
উত্তৰঃ (ক) ১২৯৬।
১৬। খিলিজ বংশ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১৩৪২
(খ) ১৩২০
(গ) ১৩২৮
উত্তৰঃ (খ) ১৩২০।
১৭। জালালুদ্দিনৰ শাসনকালত কিমান খ্ৰি.ত মংগোলসকলে উত্তৰ-পশ্চিম সীমান্তইদি ভাৰত আক্ৰমণ কৰে ?
(ক) ১২৯২
(খ) ১২৮৮
(গ) ১২৯৮
উত্তৰঃ (ক) ১২৯২।
১৮। আল্লাউদ্দিন খিলিজৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১৩২২
(খ) ১৩৪২
(গ) ১৩১৬
উত্তৰঃ (গ) ১৩১৬।
১৯। কিমান খ্ৰি.ত মদম্মদ বিন টোগলক দিল্লীৰ চুলতান হয় ?
(ক) ১৩২৫
(খ) ১৩২২
(গ) ১৩২৮
উত্তৰঃ (ক) ১৩২৫।
২০। কিমান খ্ৰি.লৈকে টোগলক বংশৰ ৰাজত্ব শাসন কৰে ?
(ক) ১৩৪৪
(খ) ১৩৬৬
(গ) ১৩২৫
উত্তৰঃ (গ) ১৩২৫