মোগল প্ৰশাসন আৰু সমাজ
Chapter – 1
১। কিমান খ্ৰি.তত বাবৰে ভাৰতত মোগল ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ?
(ক) ১৫৬৬
(খ) ১৫১৬
(গ) ১৫২৬
উত্তৰঃ (গ) ১৫২৬।
২। মোগল প্ৰশাসন ব্য়ৱস্থাক কেইটা ভাগত ভগাব পাৰি ?
(ক) ২ টা
(খ) ৪ টা
(গ) ৬ টা
উত্তৰঃ (ক) ২ টা ।
৩। তলৰ কোনজনে ভাৰতত মোগল ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ?
(ক) মেনুচি
(খ) টেৰী
(গ) বাবৰ
উত্তৰঃ (গ) বাবৰ।
৪। সম্ৰাটৰ পিছতে কাৰ স্থান আছিল ?
(ক) উজীৰ
(খ) মীৰ
(গ) ৱকিল
উত্তৰঃ ৱকিল।
৫। প্ৰশাসনিক ব্য়ৱস্থাৰ শিৰোমণি কোন আছিল ?
(ক) সম্ৰাট
(খ) ৱকিল
(গ) মীৰ
উত্তৰঃ (ক) সম্ৰাট।
৬। প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক কি বোলা হয় ?
(ক) ৱকিল
(খ) চুবেদাৰ
(গ) কাজী
উত্তৰঃ (খ) চুবেদাৰ।
৭। মনচবদাৰৰ মাজত কেইটা প্ৰধান শ্ৰেণী বিভাগ আছে ?
(ক) ২ টা
(খ) ৪ টা
(গ) ৬ টা
উত্তৰঃ ২ টা।
৮। মেগল যুগৰ অৰ্থনৈতিক ব্য়ৱস্থাৰ মেৰুদণ্ড কি ?
(ক) কৃষি
(খ) বেপাৰ
(গ) সকলো ধনি
উত্তৰঃ (ক) কৃষি।
৯। কৃষকৰ কেইটা শ্ৰেণী আছিল ?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰঃ (খ) তিনিটা।
১০। ‘লালীৱতী’ নামৰ অংক পুথিখন কি ভাষাত আছিল ?
(ক) অসমীয়া
(খ) ইংৰাজী
(গ) সংস্কৃত
উত্তৰঃ (গ) সংস্কৃত।
১১। ‘লালীৱতী’ নামৰ অংক পুথিখন কি ভাষালৈ অনুবাদ কৰা হৈছিল ?
(ক) ফাৰ্চী ভাষালৈ
(খ) সংস্কৃত ভাষালৈ
(গ) কাজী ভাষালৈ
উত্তৰঃ (ক) ফাৰ্চী ভাষালৈ।
১২। বেপাৰীৰ আন এটা নাম কি ?
(ক) ৱকিল
(খ) বনিক
(গ) কাজী
উত্তৰঃ (খ) বনিক।
১৩। শিল্প উদ্য়োগৰ ভিতৰত আটাইটকৈ উল্লেখনীয় উদ্য়োগ আছিল ?
(ক) সৃটা উদ্য়োগ
(খ) বস্ত্ৰ উদ্য়োগ
(গ) কুঁহিয়াৰ খেতি
উত্তৰঃ বস্ত্ৰ উদ্য়োগ।
১৪। তলৰ কোনটো ৰপ্তানি সামগ্ৰী নহয় ?
(ক) চেনি
(খ) য-খাৰ
(গ) সোণ
উত্তৰঃ সোণ।
১৫। মোগল যুগত বাণিজ্য়িক শ্ৰেণী কেইটা আছিল ?
(ক) ২ টা
(খ) ৩ টা
(গ) ৬ টা
উত্তৰঃ ৩ টা।
১৬। তলৰ কোনটো মোগল যুগত কি পঢ়াৰ অতি প্ৰয়োজন আছিল ?
(ক) ইংৰাজী
(খ) সংস্কৃত
(গ) আৰৱী
উত্তৰঃ (গ) আৰৱী।
১৭। কাৰ বাহিৰে বাকী কেইজনে ধৰ্মৰ ক্ষেত্ৰত উদাৰতাৰ পৰিচয় দিছিল ?
(ক) বাবৰ
(খ) ঔৰংগজেৱ
(গ) হুমায়ুন
উত্তৰঃ (খ) ঔৰগজেৱ।
১৮। ছাত্ৰসকল মূলত কি আছিল ?
(ক) উচ্চবৰ্ণৰ
(খ) আযুৰ্বেদিক
(গ) ক্ৰিয়া-কৰ্ম
উত্তৰঃ উচ্চবৰ্ণৰ।
১৯। তলৰ কোমজন মোগল যুগৰ প্ৰখ্য়াত কবি নহয় ?
(ক) বীৰৱল
(খ) বাবৰ
(গ) ফৈজী
উত্তৰঃ (খ) বাবৰ।
২০। মোগল প্ৰশাসন কি ভেটিক আছিল ?
(ক) সামৰিক
(খ) ভৌতিক
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) সামৰিক
Type By- Kishor Nath