স্বদেশ-প্ৰেম
Chapter 1
১। স্বদেশ-প্ৰেমৰ কবি কোন?
(ক) পদ্মধৰ চলিহা
(খ) জ্য়োতিপ্ৰয়াদ আগৰৱালা
(গ) দণ্ডিনাথ কলিতা
উত্তৰ- পদ্মধৰ চলিহা ।
২। পদ্মধৰ চলিহা ঘৰ ক’ত আছিল ?
(ক) শিৱসাগৰত
(খ) মৰিগাওঁত
(গ) যাগিৰোডত
উত্তৰ- শিৱসাগৰত ।
৩। উথলি অৰ্থ কি ?
(ক) কঠিন হৃদয়
(খ) ওফন্দি উঠি
(গ) উৎসাহ
উত্তৰ- ওফন্দি উঠি ।
৪। দুগুণ মৰণ ভুগি ধূলিৰ লগত কি মিলি যাব?
(ক) মানুহ
(খ) জন্মভূমি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- মানুহ ।
৫। বিভূতি-বৈভৱ কিহে ঢুকি পোৱা মান?
(ক) বাসনাইৰে
(খ) জন্মভূমিৰে
(গ) স্বাৰ্থপৰে
উত্তৰ-
৬। আনৰ দেশৰ পৰা উলটি আহোঁতে কি চাকি ঘৰমুৱা হৈ?
(ক) মাটি চাকি
(খ) ফুৰি চাকি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- ফুৰি চাকি ।
৭। পদ্মধৰ চলিহা কিমান চনত জন্ম হৈছিল?
(ক) ১৯০১ চনত
(খ) ১৮৯৫ চনত
(গ) ১৯০৩ চনত
উত্তৰ- ১৮৯৫ চনত ।
৮। পদ্মধৰ চলিহাৰ পিতৃ নাম কি আছিল?
(ক) ফণিধৰ চলিহা
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- ফণিধৰ চলিহা ।
৯। কাঠ-চিত অৰ্থ কি?
(ক) কঠিন হৃদয়
(খ) উৎসাহ
(গ) উফন্দি উঠা
উত্তৰ- কঠিন হৃদয় ।
১০। পদ্মধৰ চলিহা কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৮৯০ চনত
(খ) ১৯০৩ চনত
(গ) ১৯৬৯ চনত
উত্তৰ- ১৯৬৯ চনত ।
১১। শিলাময়ৰ অৰ্থ কি?
(ক) শিলৰ দৰে কঠোৰ
(খ) উতসাহ
(গ) কঠিন
উত্তৰ- শিলৰ দৰে কঠোৰ ।
১২। ভাৰতৰ জাতীয় আন্দোলনত তেওঁ কি অংশ লয়?
(ক) শিলাময়
(খ) সক্ৰিয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- সক্ৰিয় ।
১৩। উথলিৰ অৰ্থ কি?
(ক) অনুভূতিহীন
(খ) কঠিন
(গ) ওফন্দি উঠা
উত্তৰ- ওফন্দি উঠা ।
১৪। তেওঁ ভালেমান কি ৰচনা কৰিছিল?
(ক) সাহিত্য়
(খ) গীত-লহৰী
(গ) স্বদেশ-প্ৰেমমূলক গীত
উত্তৰ- স্বদেশ-প্ৰেমমূলক গীত ।
১৫। তেওঁৰ গীত আৰু কবিতা পুথি দুখনৰ নাম কি?
(ক) ফুলনি, আৰু অৰ্ঘা
(খ) গীত-লহৰী, আৰু শৰাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- গীত-লহৰী, আৰু শৰাই ।
১৬। আনৰ দেশৰ পৰা উলটি আহোঁতে কি কৰি ঘৰমুৱা হৈ?
(ক)শিলাময় কৰি
(খ) ফুৰি চাকি
(গ) ফটা-ফুটা কৰি
উত্তৰ- ফুৰি চাকি ।
১৭। থাকক থাকিলে তাৰ কি?
(ক) জগত
(খ) স্বাৰ্থ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- ওপৰৰ এটাও নহয়
১৮। তাৰ বাবে কেৱেঁ আৰু কি নোটোকে?
(ক) চকুলো
(খ) শিলাময়
(গ) জন্মভূমি
উত্তৰ- চকুলো ।
১৯। এয়ে মোৰ কি বুলি মনে মনে এবাৰো কোৱা নাইকিয়া?
(ক) ধৰেনে
(খ) জন্মভূমি
(গ) দেশ
উত্তৰ- জন্মভূমি ।
২০। বিভূতি শব্দৰ অৰ্থ কি?
(ক) ওফন্দি উঠি
(খ) ধন-সম্পত্তি
(গ) উচ্ছ্বাস
উত্তৰ- ধন-সম্পত্তি ।
Type by- Bikul Mandal