অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল ?

উত্তৰঃ অসমত ১৮৩৬ চনত বাংলা ভাষাৰ প্ৰচলন হৈছিল ।