পগলা কুকুৰে কামুৰিলে যি জলাতংক বেমাৰ হয় তাৰ প্ৰতিষেধক টিকা কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ পগলা কুকুৰে কামুৰিলে যি জলাতংক বেমাৰ হয় তাৰ প্ৰতিষেধক টিকা লুই পাস্তৰে আৱিষ্কাৰ কৰিছিল।