মানুহৰ শ্বাস-প্ৰশ্বাসৰ সময়ত কোন গেছ অক্সিজেনতকৈ বেছি মানুহৰ দেহলৈ যায়?

উত্তৰঃ মানুহৰ শ্বাস-প্ৰশ্বাসৰ সময়ত নাইট্ৰ’জেন গেছ অক্সিজেনতকৈ বেছি মানুহৰ দেহলৈ যায়।