একোখন নাটকৰ গঠন প্ৰণালীৰ কেইটামান বিশিষ্ট উপাদান আছে। সেইবোৰ হ’ল আখ্যান, ঘটনা বা কাৰ্য, চৰিত্ৰ, সংলাপ, পৰিবেশন সৃষ্টি আৰু নাট্যকাৰৰ জীৱন দর্শন। আখ্যান বা কাহিনী আখ্যানেই হ’ল নাটকৰ আধাৰভূমি।
Question and Answer Solution