অৱশোষণ কাক বোলে ?

যি প্ৰক্ৰিয়াৰে খাদ্যৰ পাচনৰ ফলত সৃষ্টি হোৱা সৰল উপাদানবোৰ পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ বেৰত থকা তেজৰ নলিকাত প্ৰৱেশ কৰে, সেই প্ৰক্ৰিয়াকে খাদ্যৰ শোষণ বা অৱশোষণ বোলে।