কুশল কোঁৱৰৰ জন্ময়স্থান কি ?

কুশল কোঁৱৰৰ জন্ময়স্থান হ’ল গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিৰ এখন মধ্যবিত্ত পৰিয়ালত কুশল কোঁৱৰৰ জন্ম হৈছিল।