মানুহৰ হৃদযন্ত্ৰটো ক’ত অৱস্থিত ?

মানুহৰ হৃদযন্ত্ৰটো বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মাজত মধ্যচ্ছদাৰ ঠিক ওপৰৰ ফালে মধ্য অক্ষৰ পৰা ৯ চে. মি. বাওঁফালে অৱস্থিত।