অসম গণ পৰিষদে কেতিয়া আই এম ডি টি আইন বাতিলৰ দাবী কৰিছিল ?

উত্তৰঃ অসম গণ পৰিষদে ১৯৯২ চনত আই এম ডি টি আইন বাতিলৰ দাবী কৰিছিল ।