লোকসভাই আই ডি এম ডি টি আইনৰ প্ৰতি অনুমোদন জনোৱাৰ সময়ত লোকসভাত অসমৰ সদস্য় সংখ্য়া কিমান আছিল ?

উত্তৰঃ লোকসভাই আই ডি এম ডি টি আইনৰ প্ৰতি অনুমোদন জনোৱাৰ সময়ত লোকসভাত অসমৰ সদস্য়ৰ সংখ্য়া এজনও নাছিল ।