অসম চুক্তিৰ পিছত অসমত কোনখন আঞ্চলিক দলৰ সৃষ্টি হৈছিল ?

উত্তৰঃ অসম চুক্তিৰ পিছত অসমত অসম গণ পৰিষদ আঞ্চলিক দলৰ সৃষ্টি হৈছিল ।