ব্ৰডেটেল্লা পাচটুইচিচ (Brodetella Pestuesis) নামৰ বীজাণৰ আক্ৰমণৰ ফলত দেহত কি ৰোগ হ’ব পাৰে?

উত্তৰঃ ব্ৰডেটেল্লা পাচটুইচিচ (Brodetella Pestuesis) নামৰ বীজাণৰ আক্ৰমণৰ ফলত দেহত হুপিং কাহ হ’ব পাৰে।