ইনজেকচন ভীতিক ইংৰাজীত কি বুলি কোৱা হয়?

উত্তৰঃ ইনজেকচন ভীতিক ইংৰাজীত ট্ৰাইপান’ফোবিয়া (Trypanophabia) বুলি কোৱা হয়।