২.৩০ লিংকিংৰ প্ৰকাৰ
HTML allows you to create two types of linking.
HTML ৰ সহায়ত দুবিধ লিংকিং তৈয়াৰ কৰিব পাৰি।
Internal linking: When one part of a web page is linked to another section on the same web page, it is called internal linking. In this case, the hyperlink and the linked section appear on the same web page.
আভ্যন্তৰীণ সংযোগ: যেতিয়া ৱেব পৃষ্ঠাৰ এটা অংশ একেটা ৱেব পৃষ্ঠাৰ আন এটা অংশৰ সৈতে সংযোগ কৰা হয়, তেতিয়া ইয়াক আভ্যন্তৰীণ সংযোগ বুলি কোৱা হয়। এই ক্ষেত্ৰত হাইপাৰলিংক আৰু সংযুক্ত অংশ একেটা ৱেব পৃষ্ঠাতে দেখা দিয়ে।
External linking : When one page is linked to another web page of the same website or another website, it is called external linking.
বাহ্যিক সংযোগ : যেতিয়া এটা পৃষ্ঠা একেটা ৱেবচাইট বা আন এটা ৱেবচাইটৰ আন এটা ৱেব পৃষ্ঠাৰ লগত সংযোগ কৰা হয় তেতিয়া তাক বাহ্যিক সংযোগ বোলা হয়।