জোঁক, কেঁচু আদিয়ে কেনেদৰে উশাহ-নিশাহ লয়?

উত্তৰঃ জোঁক, কেঁচু আদি প্ৰাণীৰ ছালখনই শ্বাস-প্ৰশ্বাস লোৱা কাম কৰে। এইবিলাকৰ লগত লাগি থকা পানীৰ বায়ুৰ অক্সিজেন দ্ৰৱিত হয়। চালৰ চলাচল কৰা তেজে এই অক্সিজেন শো,ন কৰি লৈ দেহৰ আন অংগত বিলাই দিয়ে।