বিশ্ব বেংক কি ?

বিশ্ব বেংক হৈছে এক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৱে উন্নয়নশীল দেশসমূহক আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে ঋণ প্ৰদান কৰে। বিশ্ব বেংক দুটা প্ৰতিষ্ঠানেৰে গঠিত: ইণ্টাৰনেচনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পুনৰ্নিৰ্মাণ আৰু উন্নয়ন বেংক।