‘ৰাসয়নিক যৌগবোৰৰ ৰজা’ আখ্য়া পোৱা যৌগটোৰ নাম কি?

উত্তৰঃ ‘ৰাসয়নিক যৌগবোৰৰ ৰজা’ আখ্য়া পোৱা যৌগটোৰ নাম হ’ল ছালফিউৰিক এছিড (H2SO4)।