জৈৱ ডিজেল কি ?

জৈৱ ডিজেল হৈছে নৱীকৰণ যোগ্য ইন্ধন বা শক্তিৰ উৎস। যিহেতু জীৱাশ্ম ইন্ধনৰ প্ৰয়োগে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ বৃদ্ধি কৰে গতিকে বিকল্পৰ অন্যতম উপায় হ’ল জৈৱ  ডিজেল প্ৰয়োগ।