মানুহৰ কেনেদৰে লিংগ নিৰ্ধাৰণ কৰিব পাৰি ?

 মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ প্ৰক্ৰয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত। মানুহৰ ক্ষেত্ৰত স্ত্ৰীলিংগ XX জোৰ লিংগ ক্ৰম’জম আৰু পুলিংগত XY জোৰ লিংগ ক্ৰম’জম আছে। ল’ৰাই হওক বা ছোৱালীয়ে হওক সকলো শিশুৱে মাতৃৰ পৰা এডাল X ক্ৰম’জম লাভ কৰে।