অসমত চাহ-খেতি কেতিয়াৰ পৰা হয় ?

অসমৰ চাহ-খেতি ১৮২২-২৩ চনত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল। ১৮৬০ চনৰ পৰা ভালদৰে খেতি কৰিবলৈ লোৱা হয়।