1.4.1 টিচিপি
The TCP (Transmission Control Protocol) is a communication protocol that is primarily used for establishing communication between computers over a computer network. When data is sent over a network, the TCP in the source computer divides those data into a series of packets and sends those packets to the destination and the TCP at the destination reassembled them.
টিচিপি (ট্ৰেন্সমিচন কণ্ট্ৰোল প্ৰটোকল) হৈছে এক যোগাযোগ প্ৰটোকল যাক মুখ্যতঃ কম্পিউটাৰ নেটৱৰ্কৰ যোগাযোগ স্থাপনৰ বাবে ব্যৱহাৰ কৰা হয়। যেতিয়া নেটৱৰ্কএটাত ডাটা প্ৰেৰণ কৰা হয়, উৎস কম্পিউটাৰত থকা টিচিপিয়ে সেই ডাটাবোৰ পেকেটৰ এটা শৃংখলাত বিভক্ত কৰে আৰু সেই পেকেটবোৰ গন্তব্যস্থানলৈ প্ৰেৰণ কৰে আৰু গন্তব্যস্থানত থকা টিচিপিয়ে সেইবোৰ পুনৰ একত্ৰিত কৰে।