অসমৰ প্ৰথমটো তেল শোধানাগৰ কেতিয়া ক’ত স্থাপন কৰা হৈছিল ?

অসমৰ প্ৰথমটো তেল শোধানাগৰ ১৯০১ চনত ডিগবৈত স্থাপন কৰা হৈছিল।