সাধাৰন বাক্যক বচনলৈ পৰিৱৰ্তন
A. Short Type Questions :
১। ( তলত দিয়া বাক্যবোৰক তৰ্কবিজ্ঞান সন্মত বচনলৈ ৰূপান্তৰিত কৰা ) ঃ
a.( ছাত্ৰসকল সাধাৰনত ঃ ভাল ।)
b. ( অকল স্নাতকসকলহে পদটোৰ বাবে যোগ্য ।)
c. ( সকলো ভাল লেখক ভাল বক্তানহয় ।
d. ( কেৱল ধাৰ্মিক সকলহে সুখী ।)
e. ( অসত মানুহে কেতিয়াবা জীৱনত সফলতা লাভ কৰে ।)
f. ( কেৱল শীত প্ৰধান দেশেহে মদ তৈয়াৰ কৰে ।)
g. ( কম লোকেহে প্ৰলোভন মুক্ত হয় ।)
h. ( সকলো চকচকীয়া বস্ও সোন নহয় ।)
i. ( অধিকাংশ সুনাগৰিকেই দেশপ্ৰেমিক ।)
j. ( বিদ্বান সৰ্বত্ৰ পূজিত ।)
k. ( প্ৰত্যেক ঘৰেই ধুমুহাৰ সময়ত বান্দৰৰ দৰে ।)
l. ( কেৱল পুৰুষসকলেহে বৰপেটাৰ কীৰ্ওন ঘৰত প্ৰৱেশ কৰিব পাৰে ।)
m. ( সিংহই কেতিয়াও ঘাহ নাখায় ।)
n. ( হিন্দুসকলেহে কেৱল শিৱক পূজা কৰে ।)
o. ( কোনো মানুহে মূৰ্খক ভাল নাপায় ।)
p. ( সকলো ৰাজহাঁহ বগা নহয় ।)
q. ( সাধুসকল কাচিৎহে সুখী নহয় ।)
r. ( প্ৰত্যেক মানুহে মৰনশীল ।)
s. ( সকলো প্ৰশংসা কৰা ব্যক্তি বন্ধু নহয় ।)
t. ( প্ৰায়বোৰ প্ৰাৰ্থীয়ে পৰীক্ষাত উপস্থিত আছিল ।)
u. ( বেছিভাগ ছাত্ৰই পৰিশ্ৰমী নহয় ।)
v. ( পাৰৰ বাহিৰে সকলো ধাতুৱেই কঠিন ।)
২। ( তলত দিয়া বাক্যবোৰ বচনলৈ ৰূপান্তৰ কৰা আৰু উপযুক্ত বচনলৈ চিহৰে চিহিত কৰা ঃ )
a. ( মানুহেই মাথোন বুদ্ধিবৃওিসম্পন্ন জীৱ ।)
b. ( এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ ।)
৩। ( তলত দিয়া বাক্যসমূহৰ যিকোনো এটাক তৰ্কবিজ্ঞানসন্মত বচনলৈ ৰূপান্তৰ কৰা আৰু বচনটোৰ ব্যাপ্ত পদ উল্লেখ কৰা ।)
a. ( প্ৰত্যেক মানুহ মৰনশীল ।)
b. ( কেৱল স্নাতকসকলেই এই পদৰ বাবে যোগ্য ।)
৪। ( তলত দিয়াবোৰক তৰ্কবিজ্ঞান সন্মত বচনলৈ পৰিবৰ্তন কৰি A, E, I, O, চিনেৰে চিহিত কৰা আৰু প্ৰতিটো বচনৰ ব্যাপ্ত পদবোৰৰ তলত আঁচ টানি দেখুওৱা ) ঃ
A. ( কেৱল ধাৰ্মিক সকলহে সুখী ।)
B. ( সকলো ভাল লেখকেই ভাল বক্তা নহয় ।)
C. ( সকলো জিলিকি থকা বস্ও সোন নহয় । )
D. ( কম মানুহেই প্ৰলোভনৰ পৰা মুক্ত ।)
E. ( কেৱল পৰিশ্ৰমীসকলে জীৱনত উন্নতি কৰিব পাৰে ।)
৫। ( তলত দিয়া বাক্যসমূহৰ যি কোনো এটাক তৰ্কবিজ্ঞানসন্মত আকাৰলৈ ৰূপান্তৰ কৰা আৰু বচনটোৰ কোনটো কোনকেইটা পদ ব্যাপ্ত ইল্লেখ কৰা ) ঃ
A. ( বেছিভাগ ছাত্ৰই পৰিশ্ৰমী নহয় ।)
B. ( প্ৰত্যেকজন মানুহেই মৰনশীল ।)
৬। ( তলত দিয়া বাক্যসমূহৰ যিকোনো চাৰিটাক তৰ্কবিজ্ঞানসন্মত বচনলৈ ৰূপান্তৰ কৰা ঃ )
১। ( প্ৰায় সকলো চৰাইয়ে উৰিব পাৰে ।)
২। ( প্ৰত্যেক সিংহই মাংসাহাৰী ।)
৩। ( সকলো ৰাজহাঁহ বগা নহয় ।)
৪। ( সিংহই কেতিয়াও কফি নাখায় ।)
৫। ( বিদ্বান সৰ্বত্ৰ পূজিত ।)
B. Short Type Questions :
১। ( তলত দিয়া বাক্যবোৰ বচনলৈ ৰূপান্তৰ কৰা আৰু উপযুক্ত বচন চিহৰে কৰা )
a. ( জ্ঞানীসকলে সাধাৰনতে উদাৰ । )
b. ( বেছিভাগ ছাত্ৰই খেলা ধূলাতে দক্ষ নহয় । )
c. ( কেৱল অশিক্ষিতসকলেই কুসংস্কাৰত বিশ্বাসী । )
d. ( সকলো বিজ্ঞানী আমেৰিকান নহয়। )
e. ( দয়া এটা মহত গুন । )
f. ( প্ৰত্যেক ৰোগেই দুৰাৰোগ্য নহয় । )
g. ( শিক্ষকসকল প্ৰায়ই জ্ঞানী হয় । )
h. ( অসত লোকক বেয়া নাপায় কোনে । )
i. ( কম মানুহেই বিবেকবান । )
j. ( পগুিতসকল সদায়েই নমস্য । )
k. ( সকলো ছাত্ৰ সমানে দক্ষ নহয় । )
l. ( অধিকাংশ লোকেই সভাত উপস্থিত নাই । )
m. ( কেৱপুৰুষসকলেহে মছজিদত সোমাব পাৰে । )
n. ( মানুহ মাত্ৰাই বুদ্ধি বৃওিসম্পন্ন জীৱ । )
o. ( এভাৰেষ্ট পৃথিৱীৰ সৰ্বচ্চ শৃংগ । )
p. ( প্ৰায় সকলো ভাৰতীয় ধৰ্মভীৰু । )
q. ( ত্ৰিভুজ কেতিয়াও বৰ্গক্ষেত্ৰ হব নোৱাৰে । )
৩। ( চমু উওৰ দিয়া )
a. ( বাক্যৰ সৰলীকৰন কাক বোলে । উদাহৰনসহ লিখা । )
b. (বাক্য সৰলীকৰন কৰাৰ পিছত বচনৰ কেইটা আৰু কি কি ৰূপ পোৱা যায় । )
c. ( সাৰ্বিক পৰিমানক যুক্ত নঞৰ্থক বাক্যবোৰ কি বচনলৈ ৰূপান্তৰিত কৰা হয় । )
d. ( কমেই কাচিহে আদি শব্দযুক্ত বাক্যবোৰক কিয় নঞৰ্থক ৰূপ দিয়া হয় । )
e. ( সকলো প্ৰকাৰৰ বাক্যক বচনলৈ নিওতে পালন কৰিব লগীয়া তিনিটা সাধাৰন নিয়ম লিখা ।
f. ( উদ্দেশ্য নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত বাক্যবোৰক কি বচনলৈ পৰিৱৰ্তন কৰিব লাগে । সদৰ্থক আৰু নঞৰ্থক দুয়োটা ৰূপৰ উদাহৰন লিখা । )
c. Essay Type Questions :
১. ( বচনৰ সৰলীকৰন বুলিলে কি বুজা বচনৰ সৰলীকৰনৰ কিবা প্ৰয়োজনীয়তা আছেনে । )
২। ( সৰলীকৰনৰ যিকোনো নিয়ম এটা লিখা । )
৩। ( বচনৰ সৰলীকৰনৰ প্ৰয়োজনীয়তা কি । )
Type Sumit Patar.