আহোম যুগৰ জনপ্ৰিয় খেলবিধ কি ?

আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হৈছে – শেন আৰু কনুৱাৰ খেল । শেন আৰু কনুৱাৰ খেলৰ বাবে স্থাপন কৰা হৈছিল চৰাইচোং । ছয়-সাতখন মুকলি খেল পথাৰত লৈ চিহ্নিত কৰা হৈছিল চৰাইচোঙক ।