সংকৰ ধাতু কাক বোলা হয়?

উত্তৰঃ দুই বা ততোধিক ধাতুৰ মিশ্ৰণকে সংকৰ ধাতু বুলি কয়।