Mention four important roles of the speaker of the Lok Sabha. (লোকসভাৰ অধ্যক্ষৰ দুটা মূল ভূমিকা উল্লেখ কৰা।)

উত্তৰঃ 1) সদনত শৃংখলা বজাই ৰখা। ·

2) সদস্যসকলে চকীখনৰ কৰ্তৃত্ব অৱজ্ঞা কৰিলে তেওঁলোকক নিলম্বন কৰাৰ অধিকাৰ। ·