কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ গ্ৰহণ কৰা অসমৰ ৰজা কোন ?

উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ গ্ৰহণ কৰা অসমৰ ৰজাজন হ’ল ভগদত্ত।