জাহ্নু বৰুৱাই তেওঁৰ কোনখন ছবি পৰিচালনাত শ্ৰেষ্ঠ পৰিৱেশ পুৰস্কাৰ লাভ কৰে ?

জাহ্নু বৰুৱাই তেওঁৰ ”বানানী” ( ১৯৮৯ ) ছবি পৰিচালনাত শ্ৰেষ্ঠ পৰিৱেশ পুৰস্কাৰ লাভ কৰে।