কিহৰ সুবিধা প্ৰদান কৰিবলৈ শিক্ষা বৃত্তিমুখীকৰণ কৰাটো প্ৰয়োজনীয়?

উত্তৰ= নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ শিক্ষা বৃত্তিমুখীকৰণ কৰাটো প্ৰয়োজনীয়।