চাবোনে কেনেকৈ দেহৰ মনি পৰিস্কাৰ কৰে?

উত্তৰঃ চাবোন, তেল আৰু পানীৰ সংমিশ্ৰণত সৃষ্টি হোৱা অদ্ৰব্য়ৰ লগত বায়ুৰ সংমিশ্ৰণত দেহত ফেন সৃষ্টি হয়। তাৰ পিছত ঘৰ্ষণৰ ফলত পানীৰ প্ৰবাহত মলি দূৰ হয়।