হীৰাক এছিডেৰে গলাব পাৰিনে? হীৰা এডোখৰক কেনেকৈ বিনষ্ট কৰিব পাৰি?

উত্তৰঃ হীৰাক এছিডেৰে গলাব নোৱাৰি। কোৱল প্ৰচণ্ড তাপেৰেহে বিনষ্ট কৰিব পাৰি।