শীতল বায়ু আৰু উষ্ণ বায়ুৰ মাজত কোনবিধ পাতল?

উত্তৰঃ শীতল বায়ু আৰু উষ্ণ বায়ুৰ মাজত উষ্ণ বায়ু পাতল।