কোন পিতা-পুত্ৰই ১৯১৫ চনত পদাৰ্থ বিজ্ঞানত যুগ্মভাৱে নোবেল বঁটা লাভ কৰিছিল?

উত্তৰঃ উইলিয়াম এইচ্ আৰু ডব্লিউ লৰেঞ্চ ব্ৰাগ পিতা-পুত্ৰই ১৯১৫ চনত পদাৰ্থ বিজ্ঞানত যুগ্মভাৱে নোবেল বঁটা লাভ কৰিছিল।